সম্পাদকীয় : পৰমাণুু যুদ্ধৰ আশংকা
ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধই এহেজাৰ দিন অতিক্রম কৰিলে৷ দুয়ো দেশৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ সময়তে বিশ্বৰ দেশসমূহে সমর্থন আৰু বিৰোধিতাৰে বিভক্ত হোৱাৰ সময়তে তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা বৃদ্ধি পায়৷ কিন্তু এতিয়ালৈকে এই তৃতীয় বিশ্বযুদ্ধ হ’বলৈ বাকী আছে৷ অৱশ্যে তৃতীয় বিশ্বযুদ্ধলৈ বেছিদিন নাই বুলিও অনেকে মত পোষণ কৰি আহিছে৷ ৰাছিয়া–ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ…
Read More...