সম্পাদকীয় : বিজেপিৰ বংগ বিজয়
দেশৰ পাঁচখন ৰাজ্যৰ শেহতীয়া বিধানসভা নির্বাচনৰ সদ্যঘোষিত নির্বাচনী ফলাফলত বিজেপিয়ে পশ্চিমবংগত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱাটো নিশ্চয়কৈ এটা ঐতিহাসিক ঘটনা৷ ৰাজ্যখনৰ ৩৪ বছৰীয়া বাঁও সাম্রাজ্য ভাঙি পেলাই ২০১১ চনত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছেও ৰাজ্যখনত ইমানদিনে শাসন চলোৱাৰ পিছত সেই ভেটি খহাই পেলোৱা যি নির্বাচনী বিজয়, সেয়া লক্ষণীয়৷…
Read More...