নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

সম্পাদকীয়

কোৰিয়ান সাহিত্যলৈ স্বীকৃতি

হিংস্রতা প্রদর্শনৰ বাবে কেৱল ৰক্তক্ষৰণৰ প্রয়োজন নহয়৷ দৈনন্দিন জীৱনত নিপীড়িত, নিষ্পেষিতৰ ওপৰত যি আতিশয্য চলি থাকে, তাত কোনো ৰক্তপাতৰ অৱকাশ নাথাকে৷ আধুনিক তথা জটিল সমাজত সম্প্রতি জনগণৰ বুকুৰ ভিতৰত অহৰহ ৰক্তক্ষৰণ হৈ থাকে৷ আমি সকলোৱে এই হিংস্রতাৰ হেঁচাত যেন মৃত্যুসম জীৱন যাপন কৰি আছোঁ৷ লোকলজ্জাৰ ভয়ত আৰু বিভিন্ন সমস্যাৰ বাবে কোনেও ইয়াৰ প্রতিবাদ কৰিবলৈ…
Read More...