সম্পাদকীয় : যুদ্ধৰ পাৰিপার্শ্বিক বিপর্যয়
সাম্প্রতিক সময়ত বিশ্বৰ প্রাণীকুলৰ মাজত এক অন্যতম জ্বলন্ত সমস্যা হ’ল পাৰিপার্শ্বিক বিপর্যয়৷ পাৰিপার্শ্বিক বিপর্যয় এনে এক গুৰুতৰ সমস্যা, যিয়ে সমগ্র বিশ্বৰে ভৱিষ্যতৰ সন্মুখত এক অশনি সংকেত৷ লক্ষণীয় কথাটো হ’ল যে পাৰিপার্শ্বিকতাৰ বিপর্যয়ৰ মূল কাৰণ হ’ল মানুহেই৷ আমিয়েই নিজৰ হাতৰ কুঠাৰখন ভৰিত মাৰি এতিয়া হায়ৈ–বিয়ৈ কৰিবলৈ লৈছোঁ৷ তেনে এটি শেহতীয়া উদাহৰণ হ’ল…
Read More...