সম্পাদকীয় : হেৰাই যোৱা নাৰীসকল
প্রতিবছৰে ভাৰতৰ প্রায় প্রতিখন ৰাজ্যৰ থানাসমূহত নাৰী নিৰুদ্দেশৰ গোচৰ ৰুজু হয়৷ এই গোচৰসমূহ ভিন্ন বয়সৰ নিৰুদ্দিষ্ট মহিলা–যুৱতী–কিশোৰী অথবা শিশু কন্যাৰ৷ শেহতীয়াকৈ প্রকাশিত এক তথ্যই সচেতন লোকৰ বুকু কঁপাই তুলিছে৷ যোৱা সপ্তাহত সংসদত কেন্দ্রীয় গৃহ বিভাগে নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ৰ সূত্রৰ আধাৰত দাখিল কৰা তথ্য অনুসৰি ভাৰতত ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত ১৩.১৩…
Read More...