‘ৰাৱণ’ৰ প্রহাৰত মঞ্চত ‘ৰাম’ৰ দুর্দশা, ভয়ত পলাল লক্ষ্মণ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ অক্টোবৰঃ ৰামায়ণত সীতাক হৰণৰ অপৰাধত শ্রীৰামৰ হাতত মৰিবলগীয়া হৈছিল ৰাক্ষস ৰাৱণে৷ কিন্তু বাস্তৱত ৰাৱণ সংহাৰ কৰিবলৈ গৈ ৰামৰ দুর্দশাৰ শেষ নোহোৱা হ’ল৷ মঞ্চৰ ওপৰত পেলাই ৰামক প্রহাৰ কৰিলে ৰাৱণে৷ ৰাৱণৰ অত্যাচাৰ, চৰ–ঘোচাত ৰামৰ অৱস্থা কাহিল হৈ পৰিল৷ ৰামৰ ওপৰত ৰাৱণৰ এনে তাণ্ডৱ দেখি লুকুওৱাৰ বাবে ঠাই বিচাৰিব ধৰিলে লক্ষ্মণে৷ অভিনয়ৰ…
Read More...