জেফ বেজোছৰ হাইপ্ৰফাইল বিয়া, ৪০০০ কোটিৰ মেগা ইয়ট, প্ৰেমৰ প্ৰস্তাৱত ২১ কোটিৰ হীৰাৰ আঙঠি
নিউজ ডেস্ক, ২৭ মাৰ্চঃ আমাজনৰ প্ৰতিষ্ঠাপক তথা বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি জেফ বেজোছে চলিত বৰ্ষৰ শেষৰ ফালে নিজৰ বাগদত্তা তথা উদ্যোগী লৰেন ছানচেজৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই হাই প্ৰফাইল বিয়াৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে।
২০২৩ চনৰ মে’ মাহত ৬১ বছৰীয়া বেজোছ আৰু ৫৫ বছৰীয়া ছানচেজৰ বাগ্দান হৈছিল। টেক বিলিয়নাৰ বেজোছে…
Read More...