বৃদ্ধ বয়সৰ প্রেম! তৰুণীক প্রেমৰ প্রস্তাৱ দি ব্যৱসায়ীৰ দুৰৱস্থা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ ছেপ্টেম্বৰঃ কথাতে কোৱা হয়, ‘প্রেমৰ কোনো বয়স নাই৷’ কিন্তু সেই প্রবাদ বাক্য বাস্তৱত প্রয়োগ কৰিবলৈ গৈ ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ল তিনিকুৰি বছৰীয়া ব্যক্তি৷ এজনী তৰুণীক প্রেমৰ প্রস্তাৱ তৰুণীৰ বন্ধুৰ প্রহাৰত গুৰুতৰভাৱে আহত হ’ল ব্যক্তিগৰাকী৷ মুমুর্ষু অৱস্থাত তেওঁক হাস্পতালত ভর্তি কৰা হৈছে৷ চাঞ্চল্যকৰ এই ঘটনা ঘটিছে বেংগালুৰুৰ…
Read More...