বলীউডৰ শ্বাহেনশ্বাহৰ ৫৫টা গোচৰ, ৯০ কোটিৰ ধাৰ… তাৰ পিছত
নিউজ ডেস্ক, ১ মাৰ্চঃ শতিকাৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ অনুৰাগী সমগ্ৰ বিশ্বতে আছে। বলীউডৰ শ্বাহেনশ্বাহে নিজৰ কেৰিয়াৰত বহু ব্লকবাষ্টাৰ ছবি দিছে আৰু ছুপাৰষ্টাৰগৰাকীয়ে তেওঁৰ অনুৰাগীৰ হৃদয়ত বাস কৰে। আজি বিগ বিয়ে অতি আড়ম্বৰপূৰ্ণ জীৱন কটায় যদিও এবাৰ তেওঁ অতি বেয়া পৰ্যায়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। আনকি তেওঁৰ কেৰিয়াৰ শেষ হোৱা বুলিও কোৱা হৈছিল। সেই…
Read More...