৭৫ কোটি টকা দৰমহাৰ চাকৰি এৰি সন্ন্যাসৰ পথ আম্বানিৰ ঘনিষ্ঠ প্রকাশ শ্বাহ-ৰ
৭৫ কোটি টকা দৰমহাৰ চাকৰি এৰি সন্ন্যাসৰ পথ আম্বানিৰ ঘনিষ্ঠ প্রকাশ শ্বাহ-ৰ
সন্ন্যাসৰ পথেৰে আহিব শান্তি - এই দাবী ৭৫ কোটি টকা দৰমহাৰ চাকৰি, বিলাসবহুল জীৱন যাপন ত্যাগ কৰি সন্ন্যাসী হৈ মুকেশ আম্বানিৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ উপাধ্যক্ষ প্রকাশ শ্বাহৰ৷ মহাবীৰ জয়ন্তীত পত্নীৰ সৈতে দীক্ষা লয় প্রকাশ শ্বাহে৷
ইয়াৰ পিছতে দামী পোছাক, বিলাসী…
Read More...