বাদশ্বাহৰ বিপৰীতে স্বপ্নৰ সুযোগ, এতিয়াও বিশ্বাস হোৱা নাই তাপসীৰ
বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ ‘পিংক’ৰ পৰা আৰম্ভ কৰি ‘মুল্ক’, ‘থাপ্পৰ’লৈ, বক্স অফিচত তথাকথিত সাফল্য নাপালেও প্রতিখন ছবিৰেই নিজৰ প্ৰতিভাৰ সুকীয়া পৰিচয় দিছে অভিনেত্ৰী তাপসী পান্নুৱে। গতিকে দৰকাৰ আছিল এটা ডাঙৰ ব্রেকৰ। মূলসূঁতিত ভৰি থ'বলৈ যে ব্রেক অপৰিহার্য। তাপসী পান্নুৰ কেৰিয়াৰত সেই ব্রেক আহিছে কেইদিনমান আগেয়ে। একেবাৰে শ্বাহৰুখ খানৰ বিপৰীতে সুযোগ পাইছে।…
Read More...