আজিৰে পৰা ‘ৰং’ চেনেলত ধাৰাবাহিক ‘কঁহুৱা বনৰ ছাঁ’
বিশেষ বাৰ্তা, ৩ জুলাই : প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ দর্শকৰ বাবে লৈ আহিছে এখন নতুন ধাৰাবাহিক ‘কঁহুৱা বনৰ ছাঁ’৷ আজিৰ পৰা সন্ধিয়া ৮.৩০ বজাত ধাৰাবাহিকখন সম্প্রচাৰ হ’ব৷ বহু অসমীয়া ছবিত সহকাৰী, মুখ্য সহকাৰী পৰিচালক ৰূপে কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট, লগতে অসমৰ নাট্য জগতৰ এক চিনাকি নাম ৰণাল হুছেইনৰ…
Read More...