Corona-ত আক্রান্ত অভিনেতা Ranbir Kapoor
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ ক'ৰোনাত আক্রান্ত হৈছে অভিনেতা ৰণবীৰ কাপুৰ। বর্তমান মুম্বাইৰ নিজ গৃহতেই কোৱাৰেন্টিনত আছে ৰণবীৰ। নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত ৰণবীৰ কাপুৰৰ অসুস্থতাৰ কথা প্রকাশ কৰিলে মাতৃ নীতু কাপুৰে।
ৰণবীৰ নিজৰ গৃহতে কোৱাৰেণ্টিন হৈ চিকিৎসকৰ পৰামর্শ মানি আছে। নিয়মিতভাৱেই যোগ কৰিছে। অভিনেতাগৰাকীৰ মাতৃ আশা প্ৰকাশ কৰিছিল যে ৰণবীৰে আৰোগ্য হোৱাৰ…
Read More...