হত্যা নহয় আত্ম*হত্যাই কৰিছিল সুশান্ত সিং ৰাজপুতে
নিউজ ডেস্ক, ২৪ মার্চঃ ২০২০ চনৰ ১৪ জুনত বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ সমগ্র দেশ উত্তাল হৈছিল৷ অভিনেতাগৰাকীয়ে চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল যদিও এয়া এক হত্যাৰ ঘটনা বুলি বিভিন্ন মহলে অভিযোগ তুলিছিল৷ বিভিন্ন মহলৰ অভিযোগৰ পাছত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব অর্পণ কৰা হৈছিল চিবিআইক৷ এই গোচৰৰ তদন্তত বিভিন্ন…
Read More...