২৪ জুলাইত মুক্তি পাব সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি ‘Dil Bechara’
নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ছবিগৃহত সুশান্তৰ চমক দেখাৰ পৰা বঞ্চিত অনুৰাগীসকলৰ বাবে আহিছে এক সুখবৰ । অহা ২৪ জুলাইত ডিজনি প্লাছ হটষ্টাৰত মুক্তি পাব সুশান্তৰ শেষৰ খন ছবি 'দিল বেচাৰা' ।
ডিজনি হটষ্টাৰে এক টুইটযোগে এই কথা ঘোষণা কৰাৰ লগতে ছবিখনৰ এখন প'ষ্টাৰো মুকলি কৰিছে ।
ইপিনে আন এক টুইটযোগে ডিজনি প্লাছ হটষ্টাৰে জনাইছে যে অভিনেতা সুশান্তক সন্মান জনাই ছবিখন…
Read More...