Tom and Jarry ৰ স্রষ্টা অস্কাৰ বিজয়ী নির্মাতা জিন ডেইটছৰ পৰলোক
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ অস্কাৰ বিজয়ী প্রসিদ্ধ এনিমেটৰ তথা চলচ্চিত্র পৰিচালক আৰু প্রযোজক জিন ডেইটছৰ ৯৫ বছৰ বয়সত দেহাৱসান ঘটিছে৷ আমেৰিকান এই প্রসিদ্ধ পৰিচালকজনৰ চেক গণৰাজ্যৰ ৰাজধানী প্রাগুইৰ নিজা এপার্টমেণ্টত যোৱা বৃহস্পতিবাৰৰ নিশা মৃত্যু হোৱা বুলি পৰিয়ালৰ সূত্রই শেহতীয়াকৈ জানিবলৈ দিছে৷ শিশু আৰু কিশোৰৰ সর্বাধিক আকর্ষণীয় এনিমেচন ছিৰিজ টম এণ্ড…
Read More...