পাণ্ডিয়া হোৱা হ’লে শতক অৰ্জন কৰিব পাৰিলেহেঁতেননে গিলে, প্ৰশ্ন অনুৰাগীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেলত শুভমন গিলে ১০১ ৰানৰ ইনিংছ খেলিলে। বাংলাদেশৰ বিৰুদ্ধে খেলা এই শতকীয় ইনিংছত তেওঁ ২টা ছয় আৰু ৯টা চাৰি মাৰে। এই ইনিংছৰ বাবে তেওঁক মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে অনুভৱ কৰে যে গিলৰ শতকত কে এল ৰাহুলৰ হাত আছিল, তেওঁ নিজৰ অৰ্ধশতকটো ত্যাগ…
Read More...