মহানগৰীৰ পাটৰকুছিত অসমৰ ভূমি বেদখল মেঘালয়ৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ নৱেম্বৰঃ অসম–মেঘালয়ৰ দীর্ঘদিনীয়া সীমা বিবাদৰ সমস্যা সমাধানৰ দিশেৰে আগবাঢ়িছে৷ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে সীমা সমস্যা সমাধানৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে৷ অসম–মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে সৌহার্দ্যপূর্ণ আলোচনা চলি থকাৰ সময়তে মেঘালয়ৰ…
Read More...