পুহমহীয়া জাৰত কঁপিছে ৰাজ্যবাসী : এসপ্তাহলৈ থাকিব ডাঠ কুঁৱলী
🔹 নিশা ১০ বজাৰ পৰা পুৱাৰ ভাগলৈ নচলাব বাহন !
বিশেষ বার্তা, ৪ জানুৱাৰী : পুহমহীয়া জাৰত কঁপিছে সমগ্র ৰাজ্য৷ মাঘ বিহুৰ পূর্বে ৰাজ্যত তাপমাত্র যথেষ্ট নিম্নগামী হোৱাৰ ফলত শীতৰ প্রকোপ বৃদ্ধি পাইছে৷ চলিত সপ্তাহত ৰাজ্যৰ তাপমাত্রা ১২–১৩ ডিগ্রী চেলছিয়াছলৈ হ্রাস পাইছে৷ ইয়াৰ সমান্তৰালভাৱে ডাঠ কুঁৱলীৰ আৱৰণে ৰাজ্য ঢাকি ধৰিছে৷ আগন্তুক এসপ্তাহলৈ ৰাজ্যৰ বিভিন্ন…
Read More...