আইপিএল : ২৬ মার্চত গুৱাহাটীত আৰআৰ-কেকেআৰৰ মেচ
🔹 ১৮ মার্চত মুকলি হ’ব ছাত্র–ছাত্রীৰ টিকট কাউণ্টাৰ
নিউজ ডেস্ক, ১৬ মার্চ : গুৱাহাটীত ২৬ মার্চত অনুষ্ঠিত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাহট ৰাইডার্ছৰ মাজৰ আইপিএলৰ মেচখনৰ ছাত্র–ছাত্রীৰ বিশেষ টিকট ১৮ মার্চত মুকলি কৰা হ’ব৷ এই টিকট কিন্তু অনলাইনত উপলব্ধ নহয়৷ বিপৰীতে মহানগৰীত বিশেষ স্থানত টিকট কাউণ্টাৰ মুকলি কৰা হ’ব৷ কাউণ্টাৰলৈ প্রথমে অহাজনে টিকট…
Read More...