ৰাকেশ পালৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
বিশেষ বাৰ্তা, ২০ জানুৱাৰী : এপিএছচি কেলেংকাৰিত জড়িত ৰাকেশ পালৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে নাকচ কৰে ৰাকেশ পালৰ আবেদন। উল্লেখ্য যে ভঙাগড় থানাৰ গোচৰটোৰ শুনানিৰ স্থান স্থানান্তৰৰ বাবে আবেদন জনাইছিল ৰাকেশ পালে ৷ ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতৰ পৰা গোচৰটো স্থানান্তৰৰ বাবে আবেদন জনাইছিল…
Read More...