১ লাখ মানুহ লৈ আন্দোলন কৰাতকৈ দহজন শিক্ষিতৰ সৈতে যুক্তিৰে বিচাৰ কৰক
🔹 কলাক্ষেত্রত যুৱ নেতৃত্ব সমাৰোহত মুখ্যমন্ত্রী
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জানুৱাৰী : ‘অশান্তিময় কৰাৰ পৰিৱর্তে সমাজখনক বিকাশৰ মন্দিৰ হিচাপে গঢ় দিব লাগিব৷ আমাৰ যুৱ সমাজে যদি বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ক জ্ঞান আৰু প্রজ্ঞাৰ মন্দিৰ হিচাপে নির্মাণ কৰে, আমাৰ ভৱিষ্যৎ কোনেও ধৰি ৰাখিব নোৱাৰে৷’ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মহান…
Read More...