বিশ্ব ষ্ট্ৰোক দিৱস : গুৱাহাটীত পাল’ন ৰিৱাকৰ ষ্ট্ৰোক সজাগতা অনুষ্ঠান
বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : “বিশ্ব ষ্ট্ৰোক দিৱস” উপলক্ষে বিশ্ব ষ্ট্ৰোক সংস্থাৰ সহযোগত পাল'ন ৰিৱাকে গুৱাহাটীত ষ্ট্ৰোক সজাগতাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে এৰিজ'না স্প’ৰ্টছ কমপ্লেক্সত 'Let’s Drive awareness on adopting one sport for healthier life' শীৰ্ষক বিষয়বস্তু লৈ এখন বন্ধুত্বপূৰ্ণ ক্ৰিকেট মেচৰো আয়োজন কৰা হৈছিল, যিখন…
Read More...