কটন বিশ্ববিদ্যালয় আৰু আইআইটি গুৱাহাটীৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ
গৱেষণা, শৈক্ষিক আদান-প্ৰদান আৰু যুটীয়া শিক্ষা প্ৰকল্পসমূহ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কটন বিশ্ববিদ্যালয় আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই.আই.টি.) গুৱাহাটীৰ মাজত এখন বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হয়। এই চুক্তিয়ে ৰাজ্যৰ এই দুই অগ্ৰণী শিক্ষানুষ্ঠানৰ মাজত ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকৰ আদান-প্ৰদান, যুটীয়া গৱেষণা আৰু উন্নয়নমূলক প্ৰকল্প…
Read More...