আমেৰিকা-ইউৰোপৰ বিৰুদ্ধে ছায়া যুদ্ধ ৰাছিয়াৰ, প্ৰতিবেদনত দাবী CSISৰ
নিউজ ডেস্ক, ২৫ মাৰ্চঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজে (CSIS) নিজৰ প্ৰতিবেদনত দাবী কৰিছে যে বৰ্তমান বিশ্বৰ এক বৃহৎ অংশ কোনোবা নহয় কোনোবা ৰূপত যুদ্ধৰ সৈতে জড়িত। প্ৰতিবেদন অনুসৰি ৰাছিয়াই আমেৰিকা আৰু ইউৰোপৰ বিৰুদ্ধে “ছায়া যুদ্ধ” চলাইছে, য’ত চাইবাৰ আক্ৰমণ, ভেঙুচালি আৰু চোৰাংচোৱাগিৰিৰ দৰে কাৰ্যকলাপ…
Read More...