ভাৰতলৈ উভতি আহিব ঐতিহাসিক কহিনুৰ হীৰা ! নিউয়র্কৰ মেয়ৰৰ মুখত উৎসাহজনক মন্তব্য
ডিজিটেল ডেস্ক, ১ মে' : কহিনুৰ নামটোৱেই প্রতিগৰাকী ভাৰতীয়ৰ মনত সৃষ্টি কৰে কৌতূহলৰ৷ বিশ্বৰ আটাইতকৈ মূল্যৱান হীৰাটুকুৰা পোৱাৰ সপোন এবাৰলৈও নেদেখা মানুহ তেনেই নগণ্য৷ কিন্তু ভাগ্যচক্রত ইয়াৰ অধিকাৰী এককভাৱে ব্রিটিছ ৰাজপৰিয়াল, যাক লৈ শতিকাৰ পিছত শতিকা ধৰি চলি আছে বিতর্ক৷
এনে পৰিস্থিতিত নিউয়র্কৰ মেয়ৰ জোহৰান মামদানিৰ মুখত কহিনুৰ উভতি অহাৰ সম্ভাৱনাই আশাৰ…
Read More...