ৰিলায়েঞ্চ জিঅ’ৰে ষ্টাৰলিংকৰ চুক্তি, এয়াৰটেলক প্ৰত্যাহ্বান
নিউজ ডেস্ক, ১৩ মাৰ্চঃ এয়াৰটেলৰ সৈতে ইতিমধ্যে মার্কিন ধনকুবেৰ ইলন মাস্কৰ সংস্থা স্পেচএক্সৰ ষ্টাৰলিংকৰ চুক্তি হৈছে৷ অর্থাৎ ষ্টাৰলিংক সেৱা লাভৰ ক্ষেত্রত এয়াৰটেলে সহযোগিতা আগবঢ়াব৷ একেই পথ এইবাৰ অনুসৰণ কৰিলে ৰিলায়েঞ্চৰ জিঅ’য়ে৷ ভাৰতত ষ্টাৰলিংক ইণ্টাৰনেট সেৱা অনাৰ বাবে মাস্কৰ সংস্থাৰ সৈতে জিঅ’ৰ ইতিমধ্যে এক চুক্তি স্বাক্ষৰ হৈছে৷ এইবাৰ মাত্র চৰকাৰী অনুমোদন…
Read More...