ফিলিপাইনছ-পালাও-মাইক্ৰ’নেছিয়া ভ্ৰমণলৈ পবিত্ৰ মাৰ্ঘেৰিটা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ জানুৱাৰীঃ অহা ১৪ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ সাতদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ ফিলিপাইনছ, পালাও আৰু মাইক্ৰ'নেছিয়া ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। বিদেশ মন্ত্ৰীগৰাকীয়ে ১৪ জানুৱাৰীত ফিলিপাইনছৰ শীৰ্ষ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে মেনিলাত থকা মিৰিয়াম কলেজ চৌহদৰ মহাত্মা গান্ধীৰ…
Read More...