‘সিংহৰ ঘৰ’ত পাঁচ দিন ৮ বছৰীয়া শিশুৰ
🔹 জিম্বাব’ৱেৰ অভয়াৰণ্যত সাহসিকতাৰ নজিৰ টিনোটেণ্ডাৰ
🔹 ৰুক্ষ শিল-নদীৰ বুকুত জীৱনৰ সন্ধান
🔹 আন্তর্জাতিক সংবাদ মাধ্যমত চর্চা
নিউজ ডেস্ক, ৭ জানুৱাৰী : ঘৰলৈ ঘূৰি অহা পথ হেৰুৱাই গভীৰ অৰণ্যত প্রৱেশ কৰিছিল এটি ৮ বছৰীয়া শিশুৱে৷ এই অৰণ্যত সিংহ, হাতী তথা অন্যান্য হিংস্র বন্যজন্তুৰ মাজতেই কেৱল বনৰীয়া ফল ভক্ষণ কৰি ৫ দিন কটায় শিশুটিয়ে৷ আফ্রিকান ৰাষ্ট্র…
Read More...