৭ মিনিটৰ বাবে উশাহ বন্ধৰ উপক্ৰম নাছাৰ বিজ্ঞানীৰ
নিউজ ডেস্ক, ১৯ মাৰ্চঃ মহাকাশত ৯ মাহতকৈ অধিক সময় কটোৱাৰ পিছত সফলতাৰে পৃথিৱীলৈ উভতি আহিল সুনীতা উইলিয়ামছ। আজি পুৱা প্ৰায় ৩.২৭ বজাত স্পেচএক্সৰ ড্ৰেগন কেপচুলে সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰকে ধৰি চাৰিজন মহাকাশচাৰীক লৈ ফ্ল’ৰিডা মহাসাগৰত অৱতৰণ কৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ৰ পৰা পৃথিৱীলৈ মহাকাশচাৰীসকলৰ সমগ্ৰ যাত্ৰাত প্ৰায় ১৭ ঘণ্টা সময়…
Read More...