নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক সদস্য আমিৰ হামজা গুলীবিদ্ধ

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল : লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক সদস্য তথা ভাৰতত সংঘটিত একাধিক সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী আমিৰ হামজাৰ ওপৰত অজ্ঞাত দুষ্কৃতিকাৰীয়ে চলায় আক্ৰমণ। লাহোৰৰ পথত সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ সন্মুখত হামজাৰ ওপৰত গুলীচালনা কৰে অজ্ঞাত দুষ্কৃতিকাৰীয়ে। গুৰুতৰ আঘাতপ্ৰাপ্ত অৱস্থাত হামজাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিগত এটা…
Read More...

ইৰান-আমেৰিকাৰ যুদ্ধত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা

অৱশেষত ইৰান আৰু আমেৰিকাৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা হল।…

বাংলাদেশৰ আৱামী লীগৰ নেত্ৰী শিৰীন শাৰমিন চৌধুৰীক গ্ৰেপ্তাৰ

বাংলাদেশত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পাছত তেওঁৰ দল আৱামী লীগৰ নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ…

ইস্তানবুলত ইজৰাইলী দূতাবাসত গুলীচালনা দুৰ্বৃত্তৰ

তুৰ্কিৰ ৰাজধানী ইস্তানবুলত ইজৰাইলী বাণিজ্য দূতাবাসৰ অট্টালিকাৰ বাহিৰত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। সংবাদ সংস্থা…

আকাশৰ বুকুত নীলা গ্রহৰ নান্দনিকতা, আর্টেমিছ ২-এ পঠিয়ালে পৃথিৱীৰ অসাধাৰণ বিনন্দীয়া…

ডিজিটেল ডেস্ক, ৭ এপ্রিল : মহাকাশৰ বুকুৰ পৰা পৃথিৱীৰ এলানি অসাধাৰণ ছবি উপহাৰ দিলে আর্টেমিছ–২য়ে৷ অৰিয়ন কেপছুলৰ পৰা…

ইৰানত সন্ধানহীন পাইলট উদ্ধাৰ অভিযানত আমেৰিকাৰ ব্যয় ৮৫০ কোটি টকা

ডিজিটেল ডেস্ক, ৬ এপ্ৰিল : চিনেমাৰ কায়দাৰে ইৰানত সন্ধানহীন হোৱা পাইলটক উদ্ধাৰ কৰিলে আমেৰিকাই। শুকুৰবাৰে আমেৰিকাৰ…

ইৰানত সন্ধানহীন হোৱা যুদ্ধ বিমানৰ পাইলটক উদ্ধাৰ কৰিলে আমেৰিকাই

ডিজিটেল ডেস্ক, ৫ এপ্ৰিল : শুকুৰবাৰে আমেৰিকাৰ যুদ্ধ বিমান F-15E ইৰানে আক্ৰমণ কৰি ভূপতিত কৰাৰ পিছৰে পৰা নিখোজ হৈ আছিল…