আইপিএলক প্রত্যাহ্বান জনাই ছৌদি আৰবত টি–২০ লীগ
নিউজ ডেস্ক, ১৭ মাৰ্চঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগক প্রত্যাহ্বান জনাবলৈ ভাৰতৰ পৰা প্রায় ৩,৫০০ কিলোমিটাৰ দূৰত আৰম্ভ হৈছে নতুন বিশ্ব টি–২০ ক্রিকেট লীগৰ পৰিকল্পনা৷ ক্রিকেটৰ বজাৰ দখলৰ বাবে বিশ্বৰ বৃহত্তম টি–২০ ক্রিকেট লীগ আৰম্ভ কৰিব ছৌদি আৰবে৷ এই উদ্যোগে নিশ্চিতভাৱে আইপিএললৈ প্রত্যাহ্বান অনাটো নিশ্চিত হৈছে৷ এই লীগ আৰম্ভ কৰিবলৈ ছৌদি আৰবে ৫০ কোটি ডলাৰ (৩,৩৪৭…
Read More...