ব্যক্তিগত জেট বিমানেৰে পৰিয়ালসহ ছৌদি আৰব ত্যাগ তাৰকা ফুটবলাৰ ৰ’নাল্ডোৰ
ডিজিটেল ডেস্ক, ৫ মার্চ : ইৰানৰ বিপক্ষে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ চলি থকাৰ মাজতে ছৌদি আৰব ত্যাগ কৰিলে পর্তুগালৰ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোই৷ ৰিয়াধত থকা আমেৰিকাৰ দূতাৱাসত ইৰানৰ ড্রোনে আক্রমণ কৰাৰ পিছত ছৌদি আৰব ত্যাগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰ ৰ’নাল্ডোৱে৷ ব্যক্তিগত জেট বিমানেৰে ছৌদি আৰবৰ পৰা মাদ্রিদত উপস্থিত হয়…
Read More...