ইৰানৰ ক্ষেপণাস্ত্রত তেল আভিভত তাচপাতৰ ঘৰৰ দৰে খহি পৰিল ইমাৰট
🔹 আমেৰিকাৰ আক্রমণৰ পিছতে ইজৰাইলত প্রত্যাঘাত
নিউজ ডেস্ক, ২৩ জুন : আমেৰিকাৰ ভয়ংকৰ আক্রমণৰ পিছত ইউৰোপীয় দেশসমূহৰ সৈতে পৰমাণু চুক্তিৰ বিষয়টোক লৈ ইৰানে আলোচনা কৰাৰ বাবে ইচ্ছা প্রকাশ কৰিছে যদিও মার্কিন আঘাতৰ প্রত্যাক্রমণ চলোৱাৰ ক্ষেত্রত কোনোধৰণে পিছ হোঁহকি নাযাব বুলি ঘোষণা কৰিছে ইৰানৰ বিদেশ মন্ত্রী আব্বাছ আর্ঘচিয়ে৷ সেই অনুসৰি কালি তেল আভিভসহ ইজৰাইলৰ…
Read More...