অৱশেষত যুদ্ধ বন্ধ কৰিবলৈ সন্মত ইৰান-আমেৰিকা
ডিজিটেল ডেস্ক, ৩০ জুন : একেৰাহে চাৰি দিনৰ আক্রমণ–প্রত্যাক্রমণৰ পিছত অৱশেষত যুদ্ধ বন্ধ কৰিবলৈ সন্মত হৈছে ইৰান আৰু আমেৰিকাৰ বাহিনী৷ মার্কিন বিষয়াৰ উদ্ধৃতিৰে এই কথা জনাইছে দুয়ো দেশৰ সংবাদ মাধ্যমে৷
মঙলবাৰে কাটাৰত দুয়োখন দেশৰ প্রতিনিধিবর্গৰ মাজত পুনৰ আলোচনা অনুষ্ঠিত হ’ব৷ স্বাক্ষৰিত বুজাবুজি চুক্তিৰ চর্ত অনুসৰি হৰমুজ প্রণালীৰে আপাততঃ বাধাহীনভাৱে জাহাজ…
Read More...