টকাৰ সন্ধানত গৃহ চৌহদ খান্দিব আয়কৰ বিভাগে
🔹 কংগ্রেছৰ সাংসদ ধীৰাজ চাহুৰ পৰা উদ্ধাৰ নগদ ৩৫৩ কোটি টকা
বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰ : কংগ্রেছ সাংসদ ধীৰাজ চাহুৰ বাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা অভিযান চলাই জব্দ কৰা নগদ ৩৫৩ কোটি টকাৰ পিছত এইবাৰ আয়কৰ বিভাগে গোপনে লুকুৱাই ৰখা নগদ টকাৰ সন্ধানত সাংসদগৰাকীৰ বাসগৃহত খনন চলাব৷ যোৱা ৬ ডিচেম্বৰত কংগ্রেছ সাংসদ ধীৰাজ চাহুৰ ওড়িশা, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ…
Read More...