ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্রী বিষ্ণু দেও ছাই
🔹 জনপ্রিয় জনজাতি নেতাক বাছনি বিজেপিৰ
বিশেষ বাৰ্তা, ১১ ডিচেম্বৰ : ছত্তিশগড়ত বিজেপিৰ মুখ্যমন্ত্রী বাছনিৰ ক্ষেত্রত আহি পৰা সংকটৰ অৱসান ঘটিছে৷ কালি দলটোৱে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী হিচাপে বাছনি কৰে জনপ্রিয় জনজাতি নেতা বিষ্ণু দেও ছাইক৷ ১৯৯০ চনৰ পৰা বিষ্ণু দেও ছায়ে বিজেপিৰ এগৰাকী জনপ্রিয় নেতা হিচাপে ৰাজ্যখনত কাম–কাজ চলাই আহিছে৷ ইয়াৰ পূর্বে বিষ্ণু দেও…
Read More...