স্বামীয়ে নিশা পলমকৈ উভতিলে পত্নীয়ে সন্দেহ কৰিবই
🔹 গোচৰৰ শুনানিত ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ পর্যবেক্ষণ
বিশেষ বাৰ্তা, ৩০ অক্টোবৰ : স্বামী সঘনে পলমকৈ নিশা ঘৰলৈ উভতিলে পত্নীয়ে সন্দেহ কৰিবই৷ এয়া স্বাভাৱিক ঘটনা৷ এগৰাকী ৰাজনৈতিক নেতাই কৰা গোচৰৰ শুনানিত এই পর্যবেক্ষণ আগবঢ়ালে ছত্তিশগড় উচ্চ ন্যায়ালয়ে৷ ন্যায়াধীশ গৌতম ভাণ্ডাৰী আৰু ন্যায়াধীশ দীপক কুমাৰ তিৱাৰীৰ বিচাৰপীঠে পত্নীৰ এনে ‘ব্যৱহাৰ’ক একেবাৰে স্বাভাৱিক…
Read More...