দিল্লীগামী বিমানৰ মুম্বাইত জৰুৰী অৱতৰণ
🔹 যাত্রীৰ বেগত বোমা !
বিশেষ বাৰ্তা, ২১ অক্টোবৰ : পুনেৰ পৰা দিল্লীগামী আকাছা এয়াৰৰ বিমান এখন যাত্রী এজনে নিজৰ বেগত বোমা থকা বুলি প্রকাশ কৰাৰ পিছতেই মুম্বাই বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়৷ ঘটনাৰ বিৱৰণী মতে, আকাছা এয়াৰ কিউপি–১১৪৮ বিমানখনে পুনেৰ পৰা দিল্লীলৈ উৰা মৰাৰ পিছতে বিমানখনত যাত্রী হিচাপে থকা এজন ব্যক্তিয়ে নিজৰ বেগত বোমা থকা বুলি চিঞৰি…
Read More...