ধুবুৰীত উদ্ধাৰ বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা গো-ধন
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : দুৰ্গা পূজাৰ প্ৰাকমূহুৰ্তত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী এক চৰাঞ্চলত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ অভিযানত বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰিবলৈ অনা বৃহৎ পৰিমাণৰ গোধন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত আজি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বংশীৰচৰ অঞ্চলত…
Read More...