ভূপালত ১৬০ বিশিষ্ট সাহিত্যিকৰ উপস্থিতিত সামৰণি চাৰিদিনীয়া ‘উন্মেষ’ৰ
🔹 এছিয়াৰ সর্ববৃহৎ আন্তঃৰাষ্ট্রীয় সাহিত্য মহোৎসৱ
ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ আগষ্ট : ১৬০গৰাকী সাহিত্যিকৰ উপস্থিতিত কালি সামৰণি পৰে এছিয়াৰ সর্ববৃহৎ চাৰিদিনীয়া আন্তঃৰাষ্ট্রীয় সাহিত্য মহোৎসৱ উন্মেষ–২০২৩ৰ৷ কালি ৩৩খন অধিৱেশন অনুষ্ঠিত হোৱাৰ লগতে এখন তথ্যচিত্র প্রদর্শন কৰা হয়৷ মহোৎসৱৰ অন্তিম দিনটোত অনুষ্ঠিত অধিৱেশনসমূহৰ ১০খনতকৈও অধিক অধিৱেশনৰ বিষয়বস্তু আছিল…
Read More...