ব্যৱসায়ী বন্ধুক লগ কৰিবলৈ গৈ সন্ধানহীন বিজেপি নেত্রী
🔹 মহাৰাষ্ট্রৰ নাগপুৰত চাঞ্চল্য
বিশেষ বাৰ্তা, ১০ আগষ্ট : ব্যৱসায়িক সহযোগীক দেখা কৰিবলৈ গৈ নিখোজ হ’ল মহাৰাষ্ট্রৰ নাগপুৰৰ বিজেপি নেত্রী ছানা খান৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, যোৱা ১ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে বিজেপি নেত্রীগৰাকী৷ নাগপুৰৰ পৰা মধ্যপ্রদেশৰ জবলপুৰৰ ব্যৱসায়িক সহযোগীক দেখা কৰিবলৈ গৈছিল ছানা৷ পৰিয়ালে দাবী কৰা অনুসৰি যোৱাৰ সময়ত ছানাই…
Read More...