নৌসেনাক প্রদান নতুন ৰণতৰী আইএনএছ আর্নালা
🔹 নৌসেনাক প্রদান নতুন ৰণতৰী আইএনএছ আর্নালা
🔹 পাকিস্তান–চীনৰ বিৰুদ্ধে পুনৰ শক্তি প্রদর্শন ভাৰতৰ !
নিউজ ডেস্ক, ১৯ জুন : পাকিস্তান–চীনৰ বিৰুদ্ধে এইবাৰ পুনৰ শক্তি প্রদর্শন ভাৰতৰ ! দেশীয় প্রযুক্তিৰে নির্মিত ছাবমেৰিন বিধ্বংসী ৰণতৰী আইএনএছ আর্নালা ওপঙিল বংগোপসাগৰত৷ কালি অন্ধ্রপ্রদেশৰ বিশাখাপট্টনম নৌঘাটিত আনুষ্ঠানিকভাৱে ভাৰতীয় নৌসেনাৰ সৈতে যুক্ত হ’ল…
Read More...