ইমৰানৰ পদত্যাগৰ দাবীত উত্তাল কৰাচী
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰ পদত্যাগৰ দাবীত শেহতীয়াকৈ দেশখনৰ কেইবাখনো মহানগৰ উত্তাল হৈছে৷ আজি নটাকৈ বৃহৎ বিৰোধী দলে ‘পাকিস্তান ডেম’ক্রেটিক মুভমেণ্ট’ (পিডিএম) নামৰ উমৈহতীয়া এক মর্চাৰ বেনাৰৰ তলত ইমৰান খানক ক্ষমতাচ্যুত কৰাৰ বাবে কৰাচী চহৰত উলিয়ায় প্রতিবাদী সমদল৷ এই প্রতিবাদী সমদলত বিগত নির্বাচনত ইমৰান খানে ব্যাপক…
Read More...