নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

হাস্পতালত অসুস্থ ট্রাম্পৰ স্বাস্থ্যৰ উন্নতি

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীত আক্রান্ত হৈ হাস্পতালত চিকিৎসাধীন হোৱা আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ স্বাস্থ্য সুস্থিৰ অৱস্থাত আছে৷ ৰাষ্ট্রপতিগৰাকীয়ে হাস্পতালত দ্বিতীয়টো নিশা কটোৱাৰ পূর্বে টুইটাৰত এক ভিডিঅ’ মুকলি কৰি দিছে৷ এই ভিডিঅ’ ত ৰাষ্ট্রপতিগৰাকীয়ে উল্লেখ কৰিছে যে আগন্তুক কেইটামান দিন তেওঁৰ বাবে হ’ব কঠিন…
Read More...

ম্যানমাৰত ক্ষতিগ্রস্ত ঐতিহাসিক স্থানৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভ

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ ২০১৬ চনত ৬.৮ প্রাবল্যৰ ভূমিকম্পই ধ্বংসস্তূপত পৰিণত কৰা মধ্য ম্যানমাৰৰ পাগোডা, মঠ–মন্দিৰ…

মহাকাশলৈ নতুন টয়লেট প্রেৰণৰ প্রস্তুতি; অত্যাধুনিক প্রযুক্তিৰে নির্মাণ কৰিছে নাছাই

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই নতুন এক মধ্যাকর্ষণিক শক্তি শূন্য প্রসাধনাগাৰ (টয়লেট)…

ক’ভিডত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প, পত্নী মেলানিয়া ট্ৰাম্প;…

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ শুকুৰবাৰে ক'ৰোনাত আক্ৰান্ত হয় মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু পত্নী মেলানিয়া…

কাইলৈ মুকলি হ’ব পৃথিৱীৰ দীর্ঘতম সুৰংগ পথ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰাষ্ট্রীয় ঘাইপথৰ সুৰংগ তিনি অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্র…

অকথ্য ভাষাত গালি পাৰে দর্শনাৰ্থীক, পাঁচটা ভাটৌক উলিয়াই দিলে চিৰিয়াখানা কৰ্তৃপক্ষই

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ অকথ্য ভাষাৰে গালিগালাজ কৰাৰ অভিযোগত এখন চিৰিয়াখানাৰ পৰা উলিয়াই দিয়া হ'ল ৫ টাকৈ ভাটৌ…

প্রথমটো মুকলি বিতর্কত বিডেন–ট্রাম্পৰ তীব্র মতানৈক্য

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ  আগন্তুক ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰ অভিযানৰ…

জনপ্রিয় অষ্ট্রেলিয়ান গায়িকা হেলেন ৰেড্ডীৰ বিয়োগ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ  নাৰীবাদীসকলৰ বাবে জনপ্রিয় গীত ‘আই এম ৱমেন’ গাই বিশ্বজুৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা…

ব্যৱহৃত কনডম ধুই পুনৰ বজাৰত বিক্রী, আজব জালিয়াতিত হতবাক আৰক্ষী

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ চাউল, ডালি, তেল, আটা এনেধৰণৰ খাদ্যবস্তুৰ সৈতে প্ৰায়ে ভেজাল বস্তু মিহলি কৰি বিক্রী…