চীনত জৰুৰী সেৱাৰ কর্মীক প্রদান ক’ৰোনাৰ ভেকচিন
নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ প্রতিৰোধী কোনো ভেকচিন এতিয়ালৈকে বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনোৱা নাই যদিও চীনে নিজস্বভাৱে প্রস্তুত কৰা এবিধ ভেকচিন জৰুৰী সেৱাত জড়িত হাজাৰ হাজাৰ কর্মীক প্রদান কৰিছে৷ ইয়াৰ লগে লগে বিশেষজ্ঞ চিকিৎসকসকলে গভীৰ উদ্বেগ প্রকাশ কৰিছে৷
লক্ষণীয়ভাৱে বেইজিং প্রশাসনে এই সন্দর্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ…
Read More...