আহিছে ইতিবাচক বতৰাঃ ক’ৰোনা ভেকচিনৰ সফল পৰীক্ষণ সম্পন্ন
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ বিশ্বজুৰি ক’ৰোনাই মহামাৰীৰ ৰূপ ধাৰণ কৰি মৃত্যুদূত ৰূপে চিহ্ণিত হোৱাৰ সময়তে অক্স’ফর্ড বিশ্ববিদ্যালয়ৰ পৰা আহিছে ইতিবাচক বতৰা৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধী ভেকচিন প্রস্তুতৰ বাবে সমগ্র বিশ্বৰ বিভিন্ন গৱেষণা প্রতিষ্ঠান, বিশ্ববিদ্যালয় আদিয়ে নিৰৱচ্ছিন্ন গৱেষণা অব্যাহত ৰখাৰ সময়তে অক্সফ’ড বিশ্ববিদ্যালয়ৰ এই সম্পর্কীয় গৱেষণাই লাভ কৰিছে…
Read More...