৬৪ দিনে যুঁজি হৰুৱালে ক’ৰোনাক, কিন্তু হেৰুৱালে দুয়োখন হাতৰ আঙুলি…
নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: ক'ৰোনাৰ ফলত কেৱল দেহৰ অভ্যন্তৰীণ অংগই নহয়, বাহ্যিক অংগও হ'ব পাৰে ক্ষতি । কেলিফৰ্নিয়াৰ গ্ৰেগ গাৰফীল্ড নামৰ ৫৪ বছৰীয়া লোকজনে ফেব্ৰুৱাৰীত কামৰ সংক্ৰান্তত ইটালীলৈ গৈছিল । আধাবাটতে তেওঁ অসুস্থ হৈ পৰাত হাস্পতাললৈ লৈ যোৱাৰ পাছত গম পোৱা যায় যে তেওঁ ক'ৰোনা পজিটিভ । যাৰ পাছত তেওঁ হাস্পতালতে প্ৰায় ৩১ দিন ভেণ্টিলেটৰত থাকিব লগীয়া হয় ।…
Read More...