ক’ৰোনা ভাইৰাছ ‘হিমবাহৰ অগ্রভাগ মাত্র’
নিয়মীয়া বাৰ্তা, ২৯ মেঃ চীনৰ বীজাণু বিশেষজ্ঞ ছি ঝেংলিয়ে ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ পাছত পুনৰ মুকলিকৈ আত্মপ্রকাশ কৰি ঘোষণা কৰিছে যে ক’ৰোনা ভাইৰাছৰ আৰম্ভণি মাত্র হিমবাহৰ অগ্রভাগৰ দৰে সাধাৰণ ঘটনা৷ উল্লেখনীয় যে ৱুহানৰ পৰীক্ষাগাৰত বাদুলীৰ ওপৰত গৱেষণা চলোৱা ঝেংলিক ‘বেট ৱ’মেন’ হিচাপে অভিহিত কৰা হৈছে৷ বাদুলী আৰু ভাইৰাছবিধৰ গৱেষণাৰ বাবে বিশ্বজুৰি চর্চিত…
Read More...