নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

গণৰাজ্য দিৱসত ভাৰতে নেপালক উপহাৰ দিলে ৩০ এম্বুলেন্স আৰু ৬ খন বাছ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৭১ সংখ্যক গণৰাজ্য দিৱস । এই বিশেষ দিনটোত ভাৰতে নেপাললৈ আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ উপহাৰ । দেওবাৰে ভাৰতে দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নেপালৰ বিভিন্ন হাস্পতাল, স্বেচ্ছাসেৱী সংস্থা আৰু শিক্ষাপ্রতিষ্ঠানক ৩০ খন এম্বুলেন্স আৰু ছখন বাছ উপহাৰ দিয়ে । আজি নেপালত কাঠমাণ্ডুস্থিত ভাৰতীয়…
Read More...

ভাৰত পালেহি ক’ৰোনা ভাইৰাছ ! এই পৰ্যন্ত আক্রান্ত ৭ ভাৰতীয়

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ  চীনত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ বিশ্বৰ বিভিন্ন দেশলৈ সংক্রমিত হৈছে৷…

ভাৰত–ব্রাজিলৰ মাজত ১৫খন চুক্তি স্বাক্ষৰিত

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ  বাণিজ্য আৰু বিনিয়োগ, তেল আৰু গেছ, চাইবাৰ নিৰাপত্তা আৰু তথ্য–প্রযুক্তিকে ধৰি বিভিন্ন…

ডাভোছত মোদীক সমালোচনা জর্জ ছ’ৰোছৰ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ছুইজাৰলেণ্ডৰ ডাভোছ চহৰত অনুষ্ঠিত বিশ্ব অর্থনৈতিক ফ’ৰামৰ সন্মিলনত অংশগ্রহণ কৰি আমেৰিকাৰ…

ষ্টিভেন নুচিনক কঠোৰ প্রত্যুত্তৰ গ্রেটাৰ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক ফ’ৰামৰ সন্মিলনত পুনৰ আমেৰিকাৰ বিৰুদ্ধে…

ক’ৰোনা ভাইৰাছঃ চীনৰ পৰা অহা দুই ভাৰতীয় আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ চীনত সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত ঘাতক ক'ৰোনা ভাইৰাছ ভাৰতত প্ৰৱেশ কৰিলেহি । চীনৰ পৰা অহা…

হিলাৰী ক্লিণ্টনৰ বিৰুদ্ধে তুলসী গাবার্ডৰ মানহানি গোচৰ

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ স্বাধীনচিতীয়া মনৰ ডেমক্রেটিক সাংসদ তুলসী গাবার্ডে প্রাক্তন বিদেশ সচিব হিলাৰী…

লণ্ডনত ভাৰতীয় সংবিধান দাহ কৰিব পাকিস্তানী নাগৰিকে

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ ভাৰতবিৰোধী প্রতিবাদেৰে পাকিস্তানী নাগৰিকৰ এটা গোটে গণৰাজ্য দিৱসৰ দিনা লণ্ডনত ভাৰতীয়…

ক’ৰোনা ভাইৰাছঃ চীনত মৃত্যুৰ সংখ্যা ১৭জনলৈ বৃদ্ধি

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ মানুহৰ পৰা মানুহলৈ সংক্রমণ ঘটা মাৰাত্মক ক’ৰোনা ভাইৰাছে চীন তথা এছিয়াৰ কেইবাখনো…

ৰহিংগ্যাৰ বিৰুদ্ধে ম্যানমাৰৰ বাহিনীয়ে চলাইছিল গণহত্যা

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ ম্যানমাৰত ৰহিংগ্যা মুছলমান লোকৰ বিৰুদ্ধে গণহত্যা প্রতিৰোধৰ ব্যৱস্থা গ্রহণ কৰিবলৈ…